EWS Certificate Documents Required | Assam

Babu Printers
0

EWS Certificate (Economically Weaker Section Certificate) মূলত এজন লোকৰ income আৰু asset ৰ ওপৰত আধাৰিত এটা Certificate প্ৰমাণপত্ৰ, যি সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীসমূহক প্ৰদান কৰা হয়। 2019 চনত ভাৰতৰ চৰকাৰে EWSৰ 10% সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰে, যি সাধাৰণ শ্ৰেণীৰ অধীনত এক নতুন উপ-শ্ৰেণী হিচাপে পৰিগণিত হৈছে।

EWS সংৰক্ষণৰ সুবিধা

যিসকলে SC, ST, OBC সংৰক্ষণৰ অধীনত নাথাকে, তেওঁলোকে 10% সংৰক্ষণৰ সুবিধা পাব। অসম চৰকাৰৰ যে-কোনো চৰকাৰী চাকৰি অথবা উচ্চ শিক্ষাত ভৰ্তিৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য।

EWS সংৰক্ষণৰ সুবিধা পাবলৈ প্রার্থীসকলে বৈধ EWS Certificate জমা দিব লাগে, যি Officer of Revenue Circle দ্বাৰা প্ৰদান কৰা হব লাগে।

অসমত EWS Certificate লাভ কৰাৰ যোগ্যতাৰ মাপকাঠি

EWS সংৰক্ষণৰ অধীনত নথকা আৰু যিসকলৰ পৰিয়ালৰ বার্ষিক আয় ৮ লাখ টকাৰ তলত (অষ্ট লাখ টকা) থাকে, তেওঁলোকক EWS হিচাপে চিহ্নিত কৰা হয়। এই আয়ৰ অন্তর্ভুক্তি হ’ব সকলো উৎসৰ পৰা প্ৰাপ্ত আয় যেনে – বেতন, খেতি, ব্যৱসায়, পেচা ইত্যাদি।

Documents Required for EWS Certificate

  1. Aadhaar card Candidate
  2. Voter ID of Candidate, Fathers
  3. 2 Copies Passport photo
  4. Location Photo of Home with Candidate
  5. Panchayat Certificate of Applicant
  6. Land Revenue Reciept (খাজনাৰ ৰশিদ) Click Here
  7. Land Jomabadi of House
  8. Income certificate Click Here
  9. 1966 and 1951 Certify or Voter List
  10. NRC Draff Copy
  11. Corrent Voter List
  12. Affidavit for EWS
  13. Application Click Here
  14. EWS Form

How to Apply EWS Certificate in Assam and Documents Required for EWS

.....

Eligibility Criteria for EWS

এই সম্পত্তি সমূহ থকা লোকক পৰিয়ালৰ আয় যিমানেই হওক, তেওঁলোকে EWS চিহ্নিত নহ’বঃ

  1. ১৫ বিঘা বা তাতকৈ অধিক কৃষি জমি
  2. ১ বিঘা বা তাতকৈ অধিক বাসগৃহৰ ভূমি গ্ৰামাঞ্চলত
  3. ১.৫ কঠা ভূমি মিউনিচিপাল কাৰ্পৰেশ্বন বা টাউন কমিটিৰ অধীনত
  4. ১০০০ বৰ্গফুটৰ অধিক বাসগৃহ মিউনিচিপাল এলেকাত

EWS গুরুত্বপূৰ্ণ দিশসমূহ

  1. যদি কোনো পদত EWS কোটাৰ প্রার্থীসকলে নিয়োগৰ বাবে যোগ্য নাথাকে, তেন্তে সেই পদ খালী থাকিলে সাধাৰণ শ্ৰেণীৰ প্রার্থীসকলে পূৰণ কৰিব।
  2. EWS কোটাত নিৰ্বাচিত লোকসকলে মেধাৰ আধাৰত নিযুক্তি পালে, তেন্তে সেই লোকক সংৰক্ষণৰ আওতাভুক্ত কৰা নহ’ব।

Documents to submitted for Income and Asset Certificate প্ৰয়োজনীয় নথিপত্ৰসমূহ

EWS Certificate লাভ কৰিবলৈ নিম্নলিখিত নথিপত্ৰসমূহ দাখিল কৰিব লাগিবঃ

  1. ঠিকনাৰ প্ৰমাণ
  2. চিনাক্তকৰণৰ প্ৰমাণ
  3. বেতনৰ পৰিশোধ পত্ৰ (নিযুক্ত হোৱা প্রার্থীৰ ক্ষেত্ৰত)
  4. ভূমি ৰাজস্ব পৰিশোধৰ প্ৰমাণপত্ৰ (কৃষকৰ ক্ষেত্ৰত)
  5. গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ

Contact Information

⬇️ Follow On Social Media To Know More & Learn 👇

Whatsapp No.Click Here
InstagramClick Here
FacebookClick Here
TwitterClick Here
LinkedinClick Here

You can also learn with Babu Printers

  • অসমীয়া ভাষাত Computer শিক্ষক
  • Learn Photoshop in Assamese

Disclaimer

  1. Learning, Awareness and Education is the purpose of this Blog/Website.
  2. If you find any mistake or error please kindly inform usthanks

Reference this article

  • Official Website (Notice)

Post a Comment

0Comments
Post a Comment (0)